Gogoi Digital Seva & PNB CSP Boloma branch

Gogoi Digital Seva & PNB CSP Boloma branch All in one Centre " PRC, CASTE, NCL, PERMISSIONS, SENIOR CITIZEN Certificate, EXCHANGE CARD, PASSPORT

13/05/2024
16/09/2023

ভালদৰে জানি লওক আৰু চৰকাৰৰ পৰা সুবিধা গ্ৰহণ কৰক।
প্ৰথমে 15000/-
তাৰ পিছত 1 লাখ লাভ কৰিব

আঁচনি---
পৰম্পৰাগত শিল্প-কলা সমূহ ঃ কাঠ-বাঁহ মিস্ত্ৰী, নাও বনোৱা, সজুঁলি নিৰ্মাণ ও মেৰামতি কৰা লোক, কমাৰ, তলা-চাবি-টৰ্চ আদি বনোৱা বা মেৰামতি, শিল বা কংক্ৰিতৰে মূৰ্তি সজা লোক , সোনাৰি , কুমাৰ, মুচি, নাপিত, দৰ্জী , ৰাজ মিস্ত্ৰী, ঢাৰি -পাটি-পাচি আদি বনোৱা, পৰম্পৰাগত পুতলা বা কৱচ সজা , মালাকাৰ , ধোবী , জাল বনোৱা লোক ।
এই আচঁনিৰ দ্বাৰা লাভান্বিত সুবিধা ঃ---
* PM Vishwakarma চাৰ্টিফিকেট আৰু ID কাৰ্ড।
* অগ্ৰিম e-vouchers ৰ জৰিয়তে সজুঁলি কিনিবৰ বাবে 15000/ টকা পৰ্যন্ত লাভ কৰিব ।
* প্ৰথম স্তৰত 1লাখ দ্বীতীয় পৰ্যায়ত 2লাখ পৰ্যন্ত ঋণ লাভ।
* কৌশল বিকাশৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা।
* প্ৰশিক্ষণ কালত দৈনিক 500/টকাকৈ লাভ কৰিব।
* আৰু অন্যান্য । যেনে - Digital transaction, Marketing, Branding, Quality certification atc.

কোনে আবেদন কৰিব পাৰিবঃ---
* ওপৰৰ 18 বিধ কলাৰ যিকোনো এটাৰ বাবে আবেদন কৰিব পাৰিব।
* যাৰ বয়স 18 বছৰ বা ওপৰৰ ।
* এটা পৰিয়ালৰ এজনে আবেদন কৰিব পাৰিব।
* শেহতীয়াকৈ 5 বছৰৰ ভিতৰত কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ পৰা কোনো ঋণ লোৱা থাকিলে আবেদন কৰিব নোৱাৰিব।
* পৰিয়ালৰ কোনো এজন চৰকাৰী চাকৰি থাকিলে আবেদন কৰিব নোৱাৰিব।

আবেদনত কি কি লাগিব ঃ -
1. আধাৰ
2. আধাৰত সংযোজিত মোবাইল নং
3/ বেংক পাচবুক
4/ ৰেচন কাৰ্ড ।
#যোগাযোগ_কৰক
অৰুণোদয় কেন্দ্ৰ,
গগৈ ডিজিটেল সেৱা
বনাই, বনাই ঘাট তিনি আলি,
যোগাযোগ - 8638003224

01/08/2023

অৰুণোদয় কেন্দ্ৰ CSC আৰু পঞ্জাৱ নেচনেল বেংক গ্ৰাহক সেৱা কেন্দ্ৰৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।‌ সকলো ধৰণৰ চৰকাৰী, বেচৰকাৰী অনলাইন সেৱাৰ বাবে যোগাযোগ কৰক। 🙏🙏

🏣অৰুণোদয় কেন্দ্ৰ CSC,
বনাই ঘাট তিনি আলি, বনাই

📞6001620363
📧 [email protected]

All in one Centre " PRC, CASTE, NCL, PERMISSIONS, SENIOR CITIZEN Certificate, EXCHANGE CARD, PASSPORT, PAN, VOTER, AADHAAR, AYUSHMAN BHARAT, E-SHRAM, E-STAMP, UDID, GOVT. & NON-GOVT. SCHEMES, EDUCATION, JOBS APPLY, TICKETS (Train/Flight/Bus), BANKING (New A/c, All kinds of Loans) and many more. 🙏

13/03/2023

আমি এইবাৰো সাজো হৈছো.....প্ৰত্যেক বৰ্ষতেই আপোনাসৱৰ মৰম আশীষ বুটলিবলৈ সক্ষম হোৱা আমাৰ বিহু দলটিক এই বৰ্ষটো মৰমেৰে আকোঁৱালি লব বুলি আশা কৰিলো। আপোনালোকৰ পৰা পোৱা মৰম আৰু অনুপ্ৰেৰণা আমাৰ আটাইতকৈ শক্তিশালী দিশ। ধন্যবাদ🙏🙏🙏

21/02/2023

Address

BONAI
Teok
785683

Opening Hours

Monday 9am - 7pm
Tuesday 9am - 7pm
Wednesday 9am - 7pm
Thursday 9am - 7pm
Friday 9am - 7pm
Saturday 9am - 7pm

Telephone

+918638003224

Alerts

Be the first to know and let us send you an email when Gogoi Digital Seva & PNB CSP Boloma branch posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Gogoi Digital Seva & PNB CSP Boloma branch:

Share

Category