JONAK Digital Sualkuchi

JONAK Digital Sualkuchi Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from JONAK Digital Sualkuchi, Sualkuchi.

26/02/2023

সকলো হালধীয়া নম্বৰ প্লেটৰ গাড়ীৰ ইঞ্চুৰেঞ্চ ৰেহাই মূল্যত কৰা হব অহা ৩১ মাৰ্চ ২০২৩ লৈ খৰধৰ কৰক অফাৰ সীমিত ৷
জোনাক ডিজিটেল ৯৮৫৪৬৯৭৮৫৮

09/09/2022

সকলো ধৰণৰ
Commercial Vehicle/Private Car/E Rickshaw/Motorcycle/Scooty.
লগতে Health Insurance কৰা হয় ৷

14/03/2022

সমুহ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীলৈ হিয়া ভৰা শুভেচ্ছা জনালোঁ ৷
ধন্যবাদেৰে জোনাক ডিজিটেল

05/12/2021
11/10/2021

দেৱী মাঁ দূৰ্গাৰ কৃপাত তৃতীয় বৰ্ষ সম্পূৰ্ণ কৰিলো ৷ ৰাইজৰ সহযোগিতা পাই আমি ধন্য ৷ 🙏
জোনাক ডিজিটেলৰ তৰফৰ পৰা সমুহ ৰাইজলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিলো ৷ জয় মাঁ জগত জননী 🙏🙏🙏

09/10/2021

গাড়ী চালনাৰ প্ৰশিক্ষণ লব বিচাৰে যদি জোনাক ডিজিটেলত যোগাযোগ কৰক ৷ পুৰুষ মহিলা উভয়ৰে বাবে সুবিধা উপলব্ধ ৷

11/09/2021

ৰাইজলৈ সুখৱৰ ৷
জোনাক ডিজিটেলত ৱেব কেমেৰাৰ (web cam)জৰিয়তে অনলাইন পৰীক্ষা দিয়াৰ সুবিধাৰ লগতে সকলো ধৰণৰ ইন্টাৰনেট সেৱা উপলব্ধ ৷
বিঃদ্ৰঃ- পৰিবহণ বিভাগৰ অনলাইন লাৰ্ণাৰছ লাইচেঞ্চৰ পৰীক্ষাৰ বাবে আমাৰ কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰিব । ধন্যবাদ

13/04/2020

কৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যুত বিল অনলাইন দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷
ধন্যবাদ

09/02/2020

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী সকলৰ মঙ্গল কামনাৰে শুভেচ্ছা জ্ঞাপন কৰিলো ৷

দ্বীপান্দিতা উপলক্ষে সমুহ ৰাজ্যবাসীক আন্তৰিক শুভেচ্ছা জনালো ৷
26/10/2019

দ্বীপান্দিতা উপলক্ষে সমুহ
ৰাজ্যবাসীক আন্তৰিক শুভেচ্ছা জনালো ৷

প্ৰথম বছৰত ৰাইজৰ আশীৰ্বাদ পাই আমি ধন্য ৷ ছাত্ৰ ছাত্ৰীৰ বাবে দ্বীপান্দিতা উপলক্ষে বহী কলমত বিশেষ ৰেহাই ৷ যোগাযোগ কৰক 8720...
16/10/2019

প্ৰথম বছৰত ৰাইজৰ আশীৰ্বাদ পাই আমি ধন্য ৷ ছাত্ৰ ছাত্ৰীৰ বাবে দ্বীপান্দিতা উপলক্ষে বহী কলমত বিশেষ ৰেহাই ৷ যোগাযোগ কৰক 8720929596

10/09/2019

জোনাক ডিজিটেলত কেঞ্চাৰ ৰোগীৰ বাবে বিশেষ ৰেহাই ৷ শুৱালকুছি আৰু দাতিকাষৰীয়া অঞ্চলৰ কেঞ্চাৰ ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ ফটোষ্টেট কৰিলে কোনো মূল্য দিব নালাগে ৷ সম্পূৰ্ণ বিনামূলীয়া সেৱা আগবঢ়াবলৈ আমি প্ৰস্তুত ৷ ধন্যবাদ

Address

Sualkuchi
781103

Telephone

+918720929596

Website

Alerts

Be the first to know and let us send you an email when JONAK Digital Sualkuchi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to JONAK Digital Sualkuchi:

Share