Customer Service Point

Customer Service Point Banking & Money Transfer to all Bank

18/12/2025
PMJJBY আৰু PMSBY কি?                 PMJJBY আৰু PMSBY কি হয়তো বহুতেই জানে, হয়তো কোনো কোনোৱে এতিয়াও নাজানে। মই সেই নজনা স...
26/05/2021

PMJJBY আৰু PMSBY কি?

PMJJBY আৰু PMSBY কি হয়তো বহুতেই জানে, হয়তো কোনো কোনোৱে এতিয়াও নাজানে। মই সেই নজনা সকলৰ বাবে কিবা সহায় হব বুলি ইয়াৰ বিষয়ে এটা সহজ আলোচনা আগবঢ়ালো।
2015 চনৰ পৰা PMJJBY (প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা) আৰু PMSBY (প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা) ৰ অধীনত প্ৰতি বছৰে প্ৰায় সকলো নেচেনেল বেংকে প্ৰায় প্ৰতিজন চেভিংচ একাউণ্ট (Savings account) থকা গ্ৰাহকৰ পৰা বছৰি ক্ৰমে ₹ 330/ আৰু ₹ 12/প্ৰিমিয়াম হিচাপে আদায় কৰে। এই বীমাকেইটাৰ প্ৰায় বিলাক গ্ৰাহকৰ ওচৰত পলিচি বণ্ড নাথাকে। প্ৰথম বাৰতে কোনো কোনো বেংকে এখন সৰু acknowledgement দিয়ে যদিও প্ৰায় গ্ৰাহকে সেইখন ভালদৰে নথয়। এতিয়া কথা হ'ল এই বীমা দুটাৰ প্ৰয়োজনীয়তা বা লাভালাভ কি!
প্ৰথমে আহো PMJJBY. এই বীমাৰ অধীনত কিবা কাৰণত যদি গ্ৰাহক জনৰ মৃত্যু হয় তেন্তে তেওঁৰ Nominee য়ে বেংকৰ ফালৰ পৰা 2 লাখ টকা বীমা ৰাশি পাব। কিন্তু আমি আমাৰ আপোন কোনোবা ঢুকালে বীমাৰ ধনৰ কথা সেইসময়ত মনলৈ নাহে বা আহিলেও LIC বা তেনে ধৰণৰ বীমা কোম্পানী বোৰৰ পলিচি বোৰৰ কথাহে মনলৈ আহে। এতিয়া যিহেতু ক'ৰোণা মহামাৰীৰ বাবে বহুতো পৰিয়ালৰ বহুলোকে মৃত্যুৰ কোলাত মুৰ থব লগা হৈছে গতিকে তেনে বহুলোকৰ পৰিয়ালটোৰ বাবে এই বিপদৰ সময়ত সেই 2 লাখ টকা বহু প্ৰয়োজনীয়। গতিকে এই বীমা ধন প্ৰাপ্তিৰ বাবে প্ৰথমেই মৃত ব্যক্তিজনৰ চলিত financial year অৰ্থাৎ 1 এপ্ৰিলৰ পৰা Bank passbook খন Update কৰি তাত চলিত বছৰত PMJJBY বাবদ ₹330/ বেংকে লৈছে নে নাই জানি লৈ বা যোৱা financial year ত কোন তাৰিখে এই প্ৰিমিয়াম লৈছিল সবিশেষ চায় মৃত্যুৰ এমাহৰ ভিতৰতে বেংক মেনেজাৰক মৃত্যুৰ প্ৰমাণ পত্ৰ সহ আবেদন কৰক। যদি মৃত্যুৰ প্ৰমাণ পত্ৰ লাভ কৰাত পলমো হয় তেন্তে তাৰ সবিশেষ কাৰণ দৰ্শাই এখন লিখিত আবেদনেৰে বেংক মেনেজাৰক অবগত কৰক। বহু গ্ৰাহকৰ পৰিয়ালে সময়ত এই আবেদন নকৰা বাবে উক্ত বীমা ধনৰ পৰা বঞ্চিত হয় আৰু বহু পৰিয়াল এই বীমাৰ বিষয়ে অজ্ঞ হৈয়েই থাকে।
ঠিক সেইদৰে আনটো বীমা অৰ্থাৎ PMSBY অধীনত যদি এজন গ্ৰাহকৰ কোনো দুৰ্ঘটনাত শাৰীৰৰ প্ৰয়োজনীয় অংগ হাত, ভৰি, চকু আদিৰ কোনো এটা অংগ চিৰজীৱনৰ বাবে হেৰুৱাব লগীয়া হয় তেতিয়া সেই বীমা ধনৰ প্ৰাপ্তিৰ আবেদন কৰিব পাৰি। চমুকৈ কব গলে আমাৰ প্ৰায় সকলোৰেই বেংকত Savings account থাকেই। গতিকে এই সময়ছোৱাত যদি ক'ৰোণা বা বেলেগ কিবা কাৰণত আমাৰ চিনাকীৰ ভিতৰত কাৰোবাৰ মৃত্যুৰ খবৰ পাওঁ তেন্তে অলপো সংকোচ নকৰাকৈ এই বীমাটোৰ কথা মনত পেলাই দিয়ক। আপুনি নিজে ধন দি সহায় কৰিব নোৱাৰিলেও শোকসন্তপ্ত পৰিয়ালটোক এটা পথৰ সন্ধান দিয়ক

24/10/2020

সকলোলৈকে পূজাৰৰ বহুত বহুত শুভেচ্ছা থাকিল ।

A
21/03/2019

A

06/11/2018

Happy Diwali to all ✨🙏✨

14/12/2017

সাধাৰণ জনতা(গ্ৰাহক)ৰ ওপৰত বেংকৰ শোষণ তথা মানসিক নিৰ্যাতন । প্ৰথমতে 0 balanced account open আৰু তাৰপাছতেই technical stopped and again hold an amount of Rs.99,999.00 in every account which is open before 2016 as a SBI Tiny account. We the CSP operator are confused due to this systematic problem created by technical authority & we are now helpless and unable to provide kiosk banking service. Share it as soon as possible. We hoped bank authority as well as technical authority should stopped the amendment/changing in the name of updation. Otherwise the CSP owners can't provide the kiosk banking service.

Address

Srirampur Chariali
Srirampur
783361

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9:30am - 5pm
Saturday 9:30am - 5pm

Telephone

9957083328

Website

Alerts

Be the first to know and let us send you an email when Customer Service Point posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Customer Service Point:

Share