14/12/2022
GOOD NEWS & GOOD OPPORTUNITY
Mitr Sewa Insurance & Fintech Private Limited কৰ্পোৰেট কোম্পানীয়ে অসমৰ সকলো জিলাৰ প্ৰতিখন গাঁওৰ মানুহে যাতে তেওঁলোকৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় কাম, যেনে - Bank account open, Atm Withdrawal, Adhaar Card Withdrawal, Money Transfer, Tv Recharge, Mobile Recharge, Fast Tag Recharge ,Current Bill দিয়া ,Pan card বনোৱা, Online Loan Repayment কৰা ,সকলো ধৰণৰ গাড়ী Insurance, Lic Premium জমা কৰা , সকলোধৰণৰ চৰকাৰী আচনিৰ Apply কৰা ইত্যাদি বোৰ কাম যাতে অন্য ঠাইত নগৈ নিজৰ গাঁওতে কৰিব পাৰে তাৰ কাৰনে MSK ( Mitr Sewa Kendra ) center দিব গৈ আছে ।
এই MSK center সমুহ গাঁওত গৈ registration কৰা আৰু সিহতক Monitor কৰাৰ কাৰনে অসমৰ প্ৰতিখন জিলাৰ প্ৰতিখন BLOCK ত এজনকৈ BLOCK SUPERVISOR নিয়োগ কৰিব Mitr Sewa Insurance & Fintech Private Limited কোম্পানীয়ে । এজন BLOCK SUPERVISOR ক 50 খন গাঁও দিয়া হব আৰু তেওঁ সেই 50 খন গাঁওত এটাকৈ MSK center বনাব লাগিব আৰু যাক MSK center দিব তেওঁ সেই গাঁওৰে বাসিন্দা হব লাগিব।
BLOCK SUPERVISOR ৰ সবিশেষ--------
# শিক্ষাগত অৰ্হতা : 10th pass and Above
অৰ্হতা : Not mandatory
# যিটো BLOCK ৰ কাৰনে Apply কৰিব সেই BLOCK ৰ বাসিন্দা হব লাগিব
# বয়স: 18 বছৰৰ পৰা 45 বছৰলৈ
# Salary : 15000/ (T&C apply)
Name : BLOCK SUPERVISOR ( Mitr sewa company)
BLOCK SUPERVISOR ৰ কাৰনে ইচ্ছুক ব্যক্তিসকলে তলৰ ঠিকনাত নিজৰ BIODATA পঠাব পাৰিব । BIODATA তলত দিয়া Mail আৰু Whatsapp তো পঠাব পাৰিব নাইবা Office ত আহিও জমা দিব পাৰিব।
# Apply কৰাৰ শেষ তাৰিখ: 25-12-2022
Office Address:
Mitr Sewa Insurance & Fintech Private Limited ,
Northeast India State office
Nalbari Town, Ward No-5
Kolafokirtola, (Near Nalbari Railway Fly over)
Dist - Nalbari (Assam)
Pin - 781335
Office Email - [email protected]
Whatsapp no - 9151154156/9394517372