16/08/2023
সমিতি খন বন্ধ হোৱাৰ মূল কাৰণ আৰু বৰ্তমান খোলাৰ বাবে কৰি থকা প্ৰচেষ্টা খিনি আৰু উৰা বাতৰি খিনিৰ প্ৰত্যুত্তৰ দিয়া হৈছে Jorhat Press Club ত এখন সংবাদ মেল পাতি। তাত উপস্থিত আছিল সমিতিৰ Vice Chairman, Secretary আৰু Director সকল।
Please watch the video to gain insights into the steps we are taking. We believe this video, dated 14.08.2023, will help you better understand our commitment and dedication. Thank You.
https://fb.watch/msjn94Nd2n/?mibextid=2Rb1fB