Arthuyuvastha-অৰ্থব্যৱস্থা by Chiranjib

  • Home
  • India
  • Jorhat
  • Arthuyuvastha-অৰ্থব্যৱস্থা by Chiranjib

Arthuyuvastha-অৰ্থব্যৱস্থা by Chiranjib


WE ARE HIRING            JOB OPPORTUNITY IN A INDIA'S 2ND LARGEST MOST PROFITABLE INSURANCE COMPANY AS DEVELOPMENT OFFIC...
29/05/2023

WE ARE HIRING

JOB OPPORTUNITY IN A INDIA'S 2ND LARGEST MOST PROFITABLE INSURANCE COMPANY AS DEVELOPMENT OFFICER.
LOCATION-JORHAT, TITABIR, MORIANI
Interested can cantact





WE ARE HIRING            JOB OPPORTUNITY IN A INDIA'S 2ND LARGEST MOST PROFITABLE INSURANCE COMPANY AS DEVELOPMENT OFFIC...
19/05/2023

WE ARE HIRING

JOB OPPORTUNITY IN A INDIA'S 2ND LARGEST MOST PROFITABLE INSURANCE COMPANY AS DEVELOPMENT OFFICER.
LOCATION-JORHAT, TITABIR, MORIANI
Interested can cantact

28/04/2023

OPEN HURRY #
WE ARE HIRING GRADUATE AND MBA FOR THE POST SALSE MANAGER IN INDIA'S LEADING COMPANY.
LOCATION JORHAT

নতুন পৰিকল্পনা ন সাজেৰে সকলোৰে আৰ্থিক স্বাৰ্থ টনকিয়াল হ‌ওক এই আশাৰে অৰ্থব্যৱস্থা পৰিয়ালৰ হৈ নৱবৰ্ষৰ শুভেচ্ছা যাচিলো।Ha...
01/01/2023

নতুন পৰিকল্পনা ন সাজেৰে সকলোৰে আৰ্থিক স্বাৰ্থ টনকিয়াল হ‌ওক এই আশাৰে অৰ্থব্যৱস্থা পৰিয়ালৰ হৈ নৱবৰ্ষৰ শুভেচ্ছা যাচিলো।
Happy New Year

15/11/2022

সঞ্চয় হৈছে অক্শ্ৰিজেনৰ দৰে। জীয়াই থাকিবলৈ যিদৰে অক্শ্ৰিজেনৰ প্ৰয়োজন, আৰ্থিক স্বাধীনতাৰ বা স্বচ্ছলভাৱে জীয়াই থাকিবলৈ নিয়মিত সঞ্চয়ৰ প্ৰয়োজন। ইংৰাজীৰ এইকথাষাৰে তাকেই সূচায় "Investment is not an option,it's necessity".

ক্ষুদ্ৰ সঞ্চয়ৰ যি শক্তি সি আমাৰ জীৱনৰ আৰ্থিক ধাৰাক ন ৰূপ দিব পাৰে। কিন্তু  সঞ্চয় অৰ্থাৎ Savings ৰ ওপৰত আমাৰ সকলোৰে এটা...
06/11/2022

ক্ষুদ্ৰ সঞ্চয়ৰ যি শক্তি সি আমাৰ জীৱনৰ আৰ্থিক ধাৰাক ন ৰূপ দিব পাৰে। কিন্তু সঞ্চয় অৰ্থাৎ Savings ৰ ওপৰত আমাৰ সকলোৰে এটা ভ্ৰান্ত ধাৰণা থাকে। একেলগে বহু টকা আহিব একেলগে বহু সাচিম, বহু কাম কৰিম্।মুঠতে সৰহকৈ লাগে,ডাঙৰকৈ চিন্তা কৰো। দৰাচলতে এনে হয় জানো। আচলতে আমি ক্ষুদ্ৰ সঞ্চয়ক অভ্যাসত পৰিণত কৰিলে ভৱিষ্যতৰ বাবে এক বৃহৎ ধনৰাশিৰ সৃষ্টি কৰিব পাৰিম।
ARTHUYUVASTHA-অৰ্থব্যৱস্হা আপোনালোকৰ ওচৰলৈ ক্ষুদ্ৰ সঞ্চয়ৰ ওপৰত সকলোৰে সুবিধাৰ্থে এক সিৰিজৰ (series)ৰ যো-জা চলাই আছে।অহা ইংৰাজী নৱবৰ্ষৰ পহিলা দিনাই আপোনালোকৰ ওচৰত ই ভুমুকি মাৰিবগৈ। আপোনালোকৰ ওচৰত ARTHUYUVASTHAৰ টিমৰ হৈ এটি অনুৰোধ তলৰ চেনেলটোৰ লগতে সামাজিক পেজকেইটিত জড়িত (subscribe) কৰি থ‌ওক, যাতে প্ৰথমেই আপোনাৰ হাতত পৰেগৈ লগতে আপোনালোকৰ মতামত সহাৰিয়ে আমাক উৎসাহিত কৰিব।

https://youtube.com/channel/UCgXIdM_NGq2j6KURtiah2Kg

02/11/2022

আৰ্থিক স্বাধীনতা ৬টা কাৰণ
১ খৰছ কৰাৰ আগতে সঞ্চয় কৰক
২ এটা জৰুৰীকালীন ফাণ্ডত সঞ্চয় কৰক
৩ খৰছৰ এটা বাজেট কৰক
৪ ধাৰ বা যিকোনো লোনৰ ঘৰটো শূণ্য কৰক
৫ সম্পত্তি গঢ়ক অৰ্থাৎ সম্পত্তিৰ ওপৰত বিনিয়োগ কৰক
৬ টকা সঞ্চয়ৰ পূৰণি পদ্ধতি এৰি লিংক ফাণ্ড,এম এফত বিনিয়োগ কৰক

6 STEEP TO FINENCIAL FREEDOM
1 TRY TO INVEST BEFORE SPEND
2 PLAN TO CREATE EMERGENCY FUND
3 PLANNING A BUDGET TO YOUR EXPENSES
4 TRY TO ZIRO FROM ALL YOUR DEBT
5 PLAN TO INVEST ON PROPERTY I E.BUILD ASSET
6 INVEST LINK TYPE PLAN

#সঞ্চয় #অসম
.deka.50

31/10/2022

দৰিদ্ৰতাৰ তিনিটা কাৰণ:
১.কেতিয়াও সঞ্চয় নকৰা অৰ্থাৎ যিমান পাইছো সিমানে খৰছ
২.উপাৰ্জনতকৈ ধাৰ অৰ্থাৎ লোণৰ পৰিমাণ বেছি।
৩.টকা প‌ইছা জমা কৰিব পৰা স্কিমসমুহক গুৰুত্ব নিদিয়া বা অজ্ঞতা

অসমীয়া চলচ্চিত্ৰ জগতৰ পিতামহ স্বৰূপ নিপন গোস্বামীৰ মৃত্যুত ARTHUYUVASTHA -(অৰ্থব্যৱস্হা) পৰিয়ালৰ তৰফৰ‌পৰা অশ্ৰুঅঞ্জলি ...
27/10/2022

অসমীয়া চলচ্চিত্ৰ জগতৰ পিতামহ স্বৰূপ নিপন গোস্বামীৰ মৃত্যুত ARTHUYUVASTHA -(অৰ্থব্যৱস্হা) পৰিয়ালৰ তৰফৰ‌পৰা অশ্ৰুঅঞ্জলি নিবেদিছো। তেওঁৰ আত্মাৰ সদগতিৰ কামনা কৰিলো।
Team ARTHUYUVASTHA -অৰ্থব্যৱস্হা

আমাৰ সমাজৰ বেচিভাগে এটা চিন্তাৰ বিৰাট মিল আছে কেনেকৈ কম সময়ত বহু টকা-প‌ইছা, সা-সম্পত্তিৰ অধিকাৰী হ‌ওঁ।প্ৰায় কল্পনা কৰো...
27/10/2022

আমাৰ সমাজৰ বেচিভাগে এটা চিন্তাৰ বিৰাট মিল আছে কেনেকৈ কম সময়ত বহু টকা-প‌ইছা, সা-সম্পত্তিৰ অধিকাৰী হ‌ওঁ।প্ৰায় কল্পনা কৰো দামী এখন গাড়ী,ধুনীয়া এখন ঘৰ, ল'ৰা-ছোৱালীক ভাল স্কুল কলেজত শিক্ষা। ইয়াৰোপৰি অৱসৰ অৰ্থাৎ ৰিটায়াৰমেন্ট জীৱনটো অৰ্থাৎ হাত ভৰি যেতিয়া চলাব নোৱাৰিম উপাৰ্জন যেতিয়া কমি যাব এটা স্বচ্ছল জীৱন কটাব পাৰো।
কিন্তু কম সময়ৰ ভিতৰত ই জানো সম্ভৱ? দ্বিতীয়তে ইয়াক কেনেকৈ সম্ভৱ হ'ব পাৰে?
এই সকলোবোৰ সমস্যা আমি আমাৰ কষ্ট উৰ্প্পাজিত ধন কেইটা কেনেকৈ সঞ্চয় কৰিম?কাৰণ সঞ্চয়ৰ বাবে লাগে কিছু আভাস কিছু পৰিমাণে জ্ঞানৰো প্ৰয়োজন।কাৰণ কেতিয়াবা সঠিক পৰামৰ্শৰ ফলত ভূল ঠাইত সঞ্চয়ৰ (investment) বাবে আমি ভবাৰ ধৰণে লাভ (return) নাপাব পাৰো বা লোকচানো হ'ব পাৰে।
দেখা যায় আমাৰ প্ৰায়ভাগৰে সঞ্চয়ৰ ওপৰত বিশেষ জ্ঞান নাই ফলত ভৱিষ্যৰ ভূল আৰ্থিক পৰিকল্পনা finencial Planning)। এই পেজটোৰ জৰিয়তে এনেধৰণৰ এশ এটা আৰ্থিক সংক্ৰান্তীয় সমস্যা অতি সৰলতাৰে, বিনামূলীয়া আপোনাৰ ওচৰলৈ সময়ে সময়ে দিবলৈ এক ক্ষুদ্ৰ প্ৰয়াস হ'ব । আপোনালোকৰ সহাৰিয়ে নিতৌ এক বিষয় আপোনালোকৰ আগত তুলি ধৰিবলৈ সক্ষম হয় লগতে উৎসাহিত ও প্ৰেৰণা পাম।
। জয় আই অসম ।



Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when Arthuyuvastha-অৰ্থব্যৱস্থা by Chiranjib posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Arthuyuvastha-অৰ্থব্যৱস্থা by Chiranjib:

Share