GROW WITH LICI

Call Directions Contact the business

GROW WITH LICI WORKS IN INSURANCE ADVISOR RECRUITMENT

🟡🔵 🟥 *নিয়োগ বাৰ্তা* 🟥 🔵🟡 LIC হাজো শাখাত RCA ( Rural Career Agent)  নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে।   কৰ্মসন্ধানী নিবনুৱা ...
27/08/2023

🟡🔵 🟥 *নিয়োগ বাৰ্তা* 🟥 🔵🟡
LIC হাজো শাখাত RCA ( Rural Career Agent) নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। কৰ্মসন্ধানী নিবনুৱা আৰু অতিৰিক্ত উপাৰ্জনৰ পথ বিচাৰি হাবাথুৰি খোৱা লোকসকলৰ বাবে ই এক সোণালী সুযোগ। 🌟🌟🌟

🔵🟡আৰম্ভণিৰ পৰা ৫০০০ টকা মাহিলী ভাট্টাৰ সুবিধা।

⏰⏰অহা 5 চেপ্তেম্বৰ তাৰিখৰ ভিতৰত আবেদন কৰা সকলোকে অতি সহজ বাচনি প্ৰক্ৰিয়াৰ পিছত LIC ৰ প্ৰতিষ্ঠা দিৱসৰ সামৰনিৰ দিনা অৰ্থাৎ 7 চেপ্তেম্বৰ তাৰিখে নিযুক্তি পত্ৰ দিয়াৰ পৰিকল্পনা কৰা হৈছে ।

📞📞বিতং তথ্যৰ বাবে যোগাযোগ নম্বৰঃ 070026 57690 ( Mobile/Whatsapp)

ভাৰতীয় জীৱন বীমা নিগম (LICI) ৰ আগন্তুক 67 তম বৰ্ষপূৰ্তি উপলক্ষে আমি পূৰ্ণগতিত এজেন্ট নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছো। নূন...
26/08/2023

ভাৰতীয় জীৱন বীমা নিগম (LICI) ৰ আগন্তুক 67 তম বৰ্ষপূৰ্তি উপলক্ষে আমি পূৰ্ণগতিত এজেন্ট নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছো। নূন্যতম মেট্ৰিক পৰীক্ষা পাছ কৰা সকলোৱে আবেদন কৰিব পাৰিব। অন্য কামত ব্যস্ত থকাসকলে পাৰ্ট টাইম হিচাপে কাম কৰিব পাৰিব। এই কামৰ লাভ উপাৰ্জন আদি জানিবলৈ যোগাযোগ কৰক বা আপোনাৰ যোগাযোগ নম্বৰটো message কৰি দিয়ক।ধন্যবাদ.

ভাৰতীয় জীৱন বীমা নিগম (LICI) ৰ আগন্তুক 67 তম বৰ্ষপূৰ্তি উপলক্ষে আমি পূৰ্ণগতিত এজেন্ট নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছো। মেট...
26/08/2023

ভাৰতীয় জীৱন বীমা নিগম (LICI) ৰ আগন্তুক 67 তম বৰ্ষপূৰ্তি উপলক্ষে আমি পূৰ্ণগতিত এজেন্ট নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছো। মেট্ৰিক পৰীক্ষা পাছ কৰা আৰু 25 বছৰ সম্পূৰ্ণ কৰা সকলোৱে আবেদন কৰিব পাৰিব। অন্য কামত ব্যস্ত থকাসকলে পাৰ্ট টাইম হিচাপে কাম কৰিব পাৰিব। এই কামৰ লাভ উপাৰ্জন আদি জানিবলৈ যোগাযোগ কৰক বা আপোনাৰ যোগাযোগ নম্বৰটো message কৰি দিয়ক।ধন্যবাদ.

🟡🔵 🟥 *নিয়োগ বাৰ্তা* 🟥 🔵🟡 📢📢  LIC হাজো শাখাত এক বৃহৎ অভিকৰ্তা ( Insurance Advisor) নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে।   কৰ্মস...
13/06/2023

🟡🔵 🟥 *নিয়োগ বাৰ্তা* 🟥 🔵🟡

📢📢 LIC হাজো শাখাত এক বৃহৎ অভিকৰ্তা ( Insurance Advisor) নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। কৰ্মসন্ধানী নিবনুৱা আৰু অতিৰিক্ত উপাৰ্জনৰ পথ বিচাৰি হাবাথুৰি খোৱা সকলৰ বাবে ই এক সোণালী সুযোগ। অহা 18 জুলাই তাৰিখৰ ভিতৰত যোগাযোগ কৰা সকলোকে অতি সহজ বাচনি প্ৰক্ৰিয়াৰ জৰিয়তে এজেন্সী লাইসেন্স প্ৰদান কৰা হব।👌👌

📞📞যোগাযোগ নম্বৰঃ 7002657690 ( Mobile/Whatsapp)

Wish you all very Happy  New Year 2023..
01/01/2023

Wish you all very Happy New Year 2023..

Happy 66th Anniversary....Wish you all Happy LIC DAY...
02/09/2022

Happy 66th Anniversary....Wish you all Happy LIC DAY...

আটাইলৈ পবিত্ৰ ঈদ-উজ-জোহাৰ আন্তৰিক শুভেচ্ছা যাছিলোঁ💐🌙💐পবিত্ৰ ঈদে কঢ়িয়াই আনক  সুখ,শান্তি আৰু সমৃদ্ধি...
10/07/2022

আটাইলৈ পবিত্ৰ ঈদ-উজ-জোহাৰ আন্তৰিক শুভেচ্ছা যাছিলোঁ💐🌙💐

পবিত্ৰ ঈদে কঢ়িয়াই আনক সুখ,শান্তি আৰু সমৃদ্ধি...

BIG ANNOUNCEMENT..!!! 🔥🔥 👌BUSINESSES AND EMPLOYMENT OPPORTUNITY!!!     😀 অহা ২৫ জুন ২০২২ তাৰিখে 20 জন ব্যক্তিক LICI ৰ HA...
24/05/2022

BIG ANNOUNCEMENT..!!! 🔥🔥 👌BUSINESSES AND EMPLOYMENT OPPORTUNITY!!! 😀 অহা ২৫ জুন ২০২২ তাৰিখে 20 জন ব্যক্তিক LICI ৰ HAJO OFFICE ত AGENCY LICENSE প্ৰদান কৰা হব। 👉অৰ্হতাঃ HSLC passed আৰু ১৮ বছৰ বয়স সম্পূৰ্ণ হব লাগিব। 👉 আবেদনৰ অন্তিম তাৰিখঃ ৩০/০৫/২০২২ 👉লাগতিয়াল নথিপত্ৰঃ PAN CARD, VOTER ID/AADAAHAR, HSLC ADMIT আৰু LAST QUALIFICATION MARKSHEET ৰ ফটোষ্টেট কপি আৰু লগতে ১ কপি পাচপৰ্ট ফটো। 👉Registration fees : ২২৫ টকা ✍️আবেদন পত্ৰ সংগ্ৰহ আৰু দাখিল কৰিবলৈ তলত দিয়া নম্বৰত বা ঠিকনাত যোগাযোগ কৰক: MANJYOTI KALITA(Executing Officer) DEVELOPEMENT OFFICER LICI, HAJO OFFICE 📞 CONTACT NO: 7002657690

Happy Women's Day💐
08/03/2022

Happy Women's Day💐

UNIT MEETING OF FY 2021-22...
03/03/2022

UNIT MEETING OF FY 2021-22...

Address

HAJO
Hajo
781102

Telephone

+919706740489

Website

Alerts

Be the first to know and let us send you an email when GROW WITH LICI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to GROW WITH LICI:

Shortcuts

Share