29/06/2023
প্ৰিয় গ্ৰাহক,বৰলুইত নিধি লিমিটেডৰ হৈ ঈদ-উল-আজহা উপলক্ষে আপোনাৰ লগতে আপোনাৰ আপোনজনক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।এই বিশেষ দিনটোৱে আপোনাক আনন্দ, শান্তি,আৰু সুখ কঢ়িয়াই আনক।আমাৰ সেৱাৰ ওপৰত আপোনাৰ অবিৰত আস্থাৰ বাবে আমি কৃতজ্ঞ, আৰু ভৱিষ্যতেও একে নিষ্ঠা আৰু দায়বদ্ধতাৰে আপোনাক সেৱা আগবঢ়াবলৈ আগ্ৰহী।ঈদ মোবাৰক।বৰলুইত নিধি লিমিটেড
Mahbubur Rahman Ahmed Abdul Mohim Majumder Abdul Hai