দেৱজিৎ ডিজিটেল সেৱা কেন্দ্ৰ

  • Home
  • India
  • Guwahati
  • দেৱজিৎ ডিজিটেল সেৱা কেন্দ্ৰ

দেৱজিৎ ডিজিটেল সেৱা কেন্দ্ৰ online service provider

02/07/2026
18/05/2026

🎉📢 HELPING HAND DIGITAL SEVA KENDRA 📢🎉
এতিয়া সকলো ডিজিটেল আৰু জমি সম্পৰ্কীয় সেৱা একে ঠাইত!
আপোনাৰ সকলো চৰকাৰী আবেদন আৰু অনলাইন কাম দ্ৰুত আৰু নিৰ্ভৰযোগ্যভাৱে সম্পন্ন কৰা হয়।
✅ মিউটেচন (Mutation)
✅ পাৰ্টিচন (Partition)
✅ ৰেভিনিউ / খাজনা সম্পৰ্কীয় কাম
✅ নাম সংশোধন (Name Correction)
✅ নাম বাদ দিয়া (Strike Out Name)
✅ Caste Certificate
✅ PRC Certificate
✅ NCL Certificate
✅ Income Certificate
✅ NOK Certificate
✅ বিলম্বিত জন্ম প্ৰমাণপত্ৰ
✅ বিলম্বিত মৃত্যু প্ৰমাণপত্ৰ
✅ অন্যান্য চৰকাৰী আৰু অনলাইন আবেদন
✅ প্ৰিণ্ট • স্কেন • ফটোকপি সুবিধা
📍 Helping Hand Digital Seva Kendra
Janakpur Chariali, Kahilipara, Guwahati – 781019

উত্তৰাধিকাৰীসূত্ৰে নামজাৰীসেৱানিৰ্দেশনা সমূহবুজাবুজিৰ সহজতাৰ বাবে এই আঁচনিৰ নিৰ্দেশনা শাৰীবোৰ বৰ্ণনা কৰা হৈছে। অনুগ্ৰহ ক...
15/07/2025

উত্তৰাধিকাৰীসূত্ৰে নামজাৰী
সেৱানিৰ্দেশনা সমূহ

বুজাবুজিৰ সহজতাৰ বাবে এই আঁচনিৰ নিৰ্দেশনা শাৰীবোৰ বৰ্ণনা কৰা হৈছে। অনুগ্ৰহ কৰি উল্লেখিত সকলো নথিপত্ৰৰ বৈদ্যুতিন প্ৰতিলিপি সাজু ৰাখক। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপোনাৰ এপ্লিকেচন পূৰণ কৰোঁতে আপুনি কোনো পাছৱৰ্ড ভাগ-বতৰা নকৰে।

সবিশেষ চাবলৈ
প্ৰয়োজনীয় নথিপত্ৰ

১. মৃত পত্তাদাৰৰ মৃত্যুৰ প্ৰমাণ পত্ৰ

২. নিকটাত্মীয়ৰ প্ৰমাণ পত্র অথবা

গাঁওপ্রধান/ ৱাৰ্ড সদস্য নগৰসমূহৰ কাৰ্যবাহী বিষয়াৰ পৰা প্ৰমাণ পত্ৰ অথবা

ইচ্ছা পত্ৰৰ ক্ষেত্ৰত উপযুক্ত ন্যায়ালয়ৰ পৰা প্ৰবেট নামা অথবা

মৃত পত্ৰদাৰৰ সৈতে আবেদনকাৰীৰ সম্পৰ্ক উল্লেখ কৰা হলফনামা

৩. নামজাৰী নিবিচৰা আন নিকটাত্মীয়ৰ সন্মতি (যদিহে থাকে)

অনলাইন আবেদনৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব
17/11/2024

অনলাইন আবেদনৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব

Address

JANAKPUR CHARIALI, KAHILIPARA, GUWAHATI
Guwahati
781019

Website

Alerts

Be the first to know and let us send you an email when দেৱজিৎ ডিজিটেল সেৱা কেন্দ্ৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to দেৱজিৎ ডিজিটেল সেৱা কেন্দ্ৰ:

Shortcuts

Share