Prerana. The Mission: Bastra Bank

Prerana. The Mission: Bastra Bank We are a cloth bank based in Guwahati, Assam. Our air; to help the poor and needy people. We are currently set in Ulubari.

01/01/2026
26/05/2024
31/12/2023

আল্লিয়া ৩১;১২;২০২৪

৩১:১২;২০২৩ তাৰিখে গুৱাহাটীৰ "প্ৰেৰণা-দ্য মিশ্যন",উদ্যোগত  নলবাৰী জিলাৰ  ঘগ্ৰাপাৰৰ আল্লিয়া বজাৰত '"বস্ত্ৰ বিতৰণ" কৰা হয়। ...
31/12/2023

৩১:১২;২০২৩ তাৰিখে গুৱাহাটীৰ "প্ৰেৰণা-দ্য মিশ্যন",উদ্যোগত নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ আল্লিয়া বজাৰত '"বস্ত্ৰ বিতৰণ" কৰা হয়। কামৰূপ জিলাৰ নলবাৰী ৰাজহ চক্ৰৰ আল্লিয়া বজিৰত প্রায় ৪০০ পৰিয়ালৰ মাজত বস্ত্ৰ সমূহ বিতৰণ কৰা হয় ।

21/12/2023

প্ৰচন্দ শীতৰ প্ৰতি লক্ষ্য কৰি উত্তৰ পূৱৰ যি কোনো ঠাইৰ যি কোনো অনুষ্ঠানে বিনামূলীয়াকৈ ৱ্যৱহাৰ যোগ্য পুৰণি কাপোৰ বিতৰণ কৰাৰ বাবে আগ্ৰহী হলে আমাৰ লগত যোগাযোগ কৰক৷

Address

G. S. Road, Ulubari
Guwahati
781007

Website

Alerts

Be the first to know and let us send you an email when Prerana. The Mission: Bastra Bank posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share