Rekha Moni Gogoi.

Rekha Moni Gogoi. we are providing all kinds of insurance products. Life insurance, health insurance, term life,car/

With my daughter ❤
23/05/2024

With my daughter ❤

Insurance zaroori Hai.
03/10/2021

Insurance zaroori Hai.

Importance of InvestingRegular Investment is the best way to reach the next level in your life. Start investing today.
07/09/2021

Importance of Investing
Regular Investment is the best way to reach the next level in your life. Start investing today.

ভাৰতীয় জীৱন বীমা নিগমৰ এটা বহুত সুন্দৰ প্লেন য'ত আপুনি মাত্ৰ এবাৰ জমা দিলেই হয়।বেংকৰ fixed deposit আচনিত কৈ ভাল প্লেন।অধ...
28/08/2021

ভাৰতীয় জীৱন বীমা নিগমৰ এটা বহুত সুন্দৰ প্লেন য'ত আপুনি মাত্ৰ এবাৰ জমা দিলেই হয়।
বেংকৰ fixed deposit আচনিত কৈ ভাল প্লেন।
অধিক জানিবলৈ যোগাযোগ কৰিব ।
ধন্যবাদ।
Insurance zaroori hai.

৭৫ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো।
15/08/2021

৭৫ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো।

প্ৰবিত্ৰ ঈদৰ শুভেচ্ছা জনালো।
21/07/2021

প্ৰবিত্ৰ ঈদৰ শুভেচ্ছা জনালো।

09/07/2021

Retirement
A smart decision today can give you the Retirement life you desire. Plan today for a Happy Retirement. Call now to know more.

নমস্কাৰসুপ্ৰভাত।শ্ৰদ্ধাৰ ৰাইজ।সময় পৰিৱতনশীল।সময়ে সকলোকে সলনি হৱলৈ শিকাই।সময়ৰ টিকনি ডাল হেনো আগফালে।সময়ৰ লগত যি পৰিৱতন হ'...
28/06/2021

নমস্কাৰ
সুপ্ৰভাত।
শ্ৰদ্ধাৰ ৰাইজ।

সময় পৰিৱতনশীল।সময়ে সকলোকে সলনি হৱলৈ শিকাই।সময়ৰ টিকনি ডাল হেনো আগফালে।সময়ৰ লগত যি পৰিৱতন হ'ব নোৱাৰে সি নিজেই এদিন সময়ৰ সোতত হেৰাই যায়।বতমান সময় হল Digitalization ৰ। Physical to digital ৰ দিশত আমি সকলো আগুৱাই গৈ আছো।

কভিড মহামাৰীৰ ফলত আমি লগতে আমাৰ সমাজখনো আথিক ভাৱে পিছুৱাই গৈছো।যি সময়ত আমি physical to digital, Digitalization ৰ কথা কৈছো, আন্যহাতে এটা virus য়ে আমাৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে।গতিকে আমি সকলোৱে কভিড ১৯ ৰ বিৰুদ্ধে চৰকাৰী নীতি নিদেশনা মানি একেলগ হৈ যুঁজ কৰিলেহে আমাৰ আথিক ভাবে হোৱা ক্ষতি পুৰণ কৰিব পাৰিম। এতিয়া একতাৰ বল প্ৰদশন কৰা সময়।
শ্ৰদ্ধাৰ ৰাইজ।
এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ। যোৱা ২০২০ চনৰ অক্টোৱৰ মাহৰ ৩১ তাৰিখে আৰম্ভ কৰা LIC Agent carrier ৰ এই বছৰৰ অক্টোৱৰ মাহৰ ৩১ তাৰিখে সম্পূণ ১ বছৰ হ'ৱ। আৰম্ভ কৰাৰ পৰাই মানুহৰ মাজত সজাগতা অনাৰ বাবে কাম কৰি আছো। Insurance Awareness program কৰিছো। বতমান সময়ত Digital মাধ্যমৰ যোগেদি insurance Zaroori Hai নামৰ এক campaign চলাই আছো। এই campaign মূল উদ্দেশ্য Don't sell Educate people/ সজাগ কৰা ,সজাগতা সৃষ্টি কৰা। Insurance Zaroori Hai campaign ৰ অধীনত আমি ভাৰতীয় জীৱন বীমা নিগমৰ গ্ৰাহক সকলক প্ৰদান কৰা কিছুমান বিনামূলীয়া সেৱা হৈছে তলত দিয়া ধৰণৰ।
1/ বন্ধ হৈ থকা পলিচি পুনৰ সজীৱ কৰা ।
2/Death claim Settlement
3/ মোবাইল নম্বৰ পলিচিৰ লগত সংলগ্ন কৰা।
4/নমিনি সলনি কৰা।
5/আধাৰ লিংক কৰা।
6/Bank NEFT Addition
7/Address change
8/Loan on policy
9/correction on DOB
10/policy maturity free service
11/online premium payment
12/Branch transfer
13/policy surrender
14/Money back policy ত money back পোৱাৰ সুবিধা কৰি দিয়া।
15/Email ID update
16/ policy related free enquiry.

ওপৰত উল্লেখ কৰা সকলো খিনি সুবিধা Insurance Zaroori Hai campaign ৰ অধীনত আমি বিনামূলীয়া কৈ প্ৰদান কৰি আছো। ভৱিষ্যৎ দিনত এই campaign ৰ অধীনত আমি বহুত খিনি কাম বিনামূলীয়া কৈ কৰাৰ বাবে চিন্তা চচা কৰি থকা হৈছে।
Insurance Zaroori Hai campaign ৰ অধীনত আপোনালোকে আমাৰ পৰা বিনামূলীয়া সেৱা লওক আৰু লগৰ /ওচৰৰ সকলোকে লবলৈ কওক।
আপুনি LIC policy আপোনাৰ ভাল লগা /সুবিধা হোৱা Agent জনৰ পৰাই লওক। কিন্তু আমাৰ Insurance Zaroori Hai campaign ৰ অধীনত বিনামূলীয়া সেৱা / Free service লওক।
আশা কৰো আমাৰ Insurance Zaroori Hai নামৰ campaign টো সফল কৰাত আপোনালোকে সহায় কৰিব।
ধন্যবাদ।
সুস্থ থাকক।
নিজৰ কাম কৰি যাওক।
God bless you.
JAI Hind.
Rekhamoni Gogoi
Agent code 08539494
Retirement planning and claim processing expart.

আজি মই মোৰ ৪ জন গ্ৰাহকক পলিচি/এটা ফাইল/কিতাপ এখন আৰু মিঠাই প্ৰদান কৰো।অনাগত দিনত আপোনালোকৰ আশীবাদ বিচাৰি।ৰেখামনি গগৈ।
15/06/2021

আজি মই মোৰ ৪ জন গ্ৰাহকক পলিচি/এটা ফাইল/কিতাপ এখন আৰু মিঠাই প্ৰদান কৰো।
অনাগত দিনত আপোনালোকৰ আশীবাদ বিচাৰি।
ৰেখামনি গগৈ।

আপোনাৰ পলিচি খনত আপোনাৰ নাম আধাৰ কাডত থকা নামৰ লগত মিলি আছে নে?নমিনিৰ নাম টো আধাৰ কাডৰ লগত মিলি আছে নে?যদি নাই এতিয়াই শু...
11/06/2021

আপোনাৰ পলিচি খনত আপোনাৰ নাম আধাৰ কাডত থকা নামৰ লগত মিলি আছে নে?
নমিনিৰ নাম টো আধাৰ কাডৰ লগত মিলি আছে নে?
যদি নাই এতিয়াই শুদ্ধ কৰি লওক।
অধিক জানিবলৈ যোগাযোগ কৰিব।

Address

Golaghat
785621

Telephone

+919101247482

Website

Alerts

Be the first to know and let us send you an email when Rekha Moni Gogoi. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rekha Moni Gogoi.:

Share