Dhubri East AKRSU

Dhubri East AKRSU Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dhubri East AKRSU, Credit Union, Chapar.

আজি ধুবুৰী পূব জিলা আক্ৰাছু আৰু শালকোচা আঞ্চলিক আক্ৰাছুৰ উদ্যোগত বয়োজেষ্ঠ ব্যক্তিসকলৰ আশীৰ্বাদ বিচাৰি তেখেতসকলক জাতীয় গা...
15/04/2022

আজি ধুবুৰী পূব জিলা আক্ৰাছু আৰু শালকোচা আঞ্চলিক আক্ৰাছুৰ উদ্যোগত বয়োজেষ্ঠ ব্যক্তিসকলৰ আশীৰ্বাদ বিচাৰি তেখেতসকলক জাতীয় গামোছাৰে সম্বৰ্ধনা জনালো।

07/04/2022

শোক বাৰ্তা -
যোৱা নিশা চাপৰৰ মৌৱাটাৰিত হৈ যোৱা পথ দূৰ্ঘটনাত থিতাতে নিহত হোৱা চাপৰ আঞ্চলিক আক্ৰাছুৰ উপদেষ্টা তথা আক্ৰাছুৰ সক্ৰিয় কৰ্মী মমেন ৰায় (গাৰো) আৰু চাপৰৰে দুজন যুৱকৰ মৃত্যুত আমি মৰ্মাহত হৈছোঁ।আমি সদৌ ধুবুৰী পূব জিলা আক্ৰাছুৰ পৰা তিনিওটা শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।

৫১২তম বীৰ চিলাৰায়ৰ দিৱস
17/02/2022

৫১২তম বীৰ চিলাৰায়ৰ দিৱস

আজি চাপৰত
11/02/2022

আজি চাপৰত

'ভাৰতৰত্ন' লতা মংগেশকাৰৰ মহাপ্ৰয়াণে ভাৰতীয় সাংস্কৃতিক ক্ষেত্ৰখনৰ এক বৰ্ণিল যুগৰ পৰিসমাপ্তি ঘটালে। কিংবদন্তি কণ্ঠশিল্পীগৰ...
06/02/2022

'ভাৰতৰত্ন' লতা মংগেশকাৰৰ মহাপ্ৰয়াণে ভাৰতীয় সাংস্কৃতিক ক্ষেত্ৰখনৰ এক বৰ্ণিল যুগৰ পৰিসমাপ্তি ঘটালে। কিংবদন্তি কণ্ঠশিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ঔঁ‌ শান্তি।।

*নমস্কাৰ*, *         াজ্য_দিৱস উপলক্ষে তথা আপোনাৰ লৰা-ছোৱালীৰ প্ৰতিভা বিকাশৰ উদ্দেশ্য আমি   (CDN)* ৰ   ত আৰম্ভ কৰিবলৈ লৈ...
22/01/2022

*নমস্কাৰ*,

*

াজ্য_দিৱস উপলক্ষে তথা আপোনাৰ লৰা-ছোৱালীৰ প্ৰতিভা বিকাশৰ উদ্দেশ্য আমি (CDN)* ৰ ত আৰম্ভ কৰিবলৈ লৈছো #নৃত্য_প্ৰতিযোগিতা। উক্ত #নৃত্য_প্ৰতিযোগীতাত" চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৪ বছৰৰ পৰা ১৪ (Nursery to Class VIII) বছৰৰ লৰা-ছোৱালীক এই প্ৰতিযোগাতত অংশ গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনালো।

নিয়মাৱলী:--
---------------
👍নৃত্য সমূহ নম্বৰত প্ৰেৰণ কৰিব লাগিব।

👍 #বিহু_নৃত্য, #অসমীয়া_আধুনিক_নৃত্য আৰু #লোকনৃত্য প্ৰেৰণ কৰিব পাৰিব।

👍এগৰাকী সদস্যৰ পৰা এটা নৃত্য গ্ৰহণ কৰা হব।

👍প্ৰতিযোগীয়ে নিজৰ নাম, বয়স আৰু শ্ৰেণীৰ লগতে ঠিকনা প্ৰেৰণ কৰিব লাগিব।

👍নৃত্য সমূহ তিনিৰ পৰা চাৰি মিনিট সময়ৰ ভিতৰত হব লাগিব।

👍নৃত্য সমূহ পৰ্যায়ক্ৰমে আমাৰ (CDN)* ত দিয়া হব।

👍 কতৃপক্ষই গীতৰ বাবে নৃত্য বাতিল কৰিলে কতৃপক্ষ দায়ী নহয়।

👍প্ৰতিযোগিতা সম্পূৰ্ণৰূপে মূল *Page* ৰ পষ্টত অহা, , , আৰু ৰ ওপৰত ভিত্তি কৰি চূড়ান্ত নিৰ্বাচন কৰা হব।

👍 ৰ বাবে ৫ নম্বৰ আৰু ৰ বাবে ৫ নম্বৰ আৰু কৰাৰ বাবে ১০ নম্বৰ থাকিব।

👍 #প্ৰথম তিনিগৰাকী প্ৰতিযোগীক মানপত্ৰ আৰু পুৰস্কাৰৰে পুৰস্কৃত কৰা হব।

👍নৃত্য প্ৰেৰণ কৰাৰ অন্তিম তাৰিখ ১০/০২/২০২২।

👍 ২৮/০২/২০২২ লৈকে , আৰু কৰিব পাৰিব।

👍প্ৰতিযোগিতাৰ চূড়ান্ত ফলাফল ১০/০৩/২০২২ ত আমাৰ যোগে ঘোষণা কৰা হব।

👍নৃত্য প্ৰেৰণ কৰিব নম্বৰ 7002490299 আৰু 9707684193 যিকোনো এটা নম্বৰত ।

🙋 মাক্স পৰিধান কৰক,সামাজিক দূৰত্ব বজাই ৰাখক। সাৱধান থাকক, সুৰক্ষিত থাকক।

*বি:দ্ৰ:-CDNৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত।*

চাপৰ শালকোছাত আজি মহকুমা আৰক্ষী বিষয়া গৰাকী যি বৰ্বৰ ঘটনা সংগঠিত কৰিলে তাক ধুবুৰী পূৱ জিলা আক্ৰাছুৰ পৰা তীব্র গৰিহণা দিছ...
15/12/2021

চাপৰ শালকোছাত আজি মহকুমা আৰক্ষী বিষয়া গৰাকী যি বৰ্বৰ ঘটনা সংগঠিত কৰিলে তাক ধুবুৰী পূৱ জিলা আক্ৰাছুৰ পৰা তীব্র গৰিহণা দিছো। মহকুমা আৰক্ষী বিষয়া গৰাকী দণ্ডাধীশৰ অনুপস্থিতিত যি অমানবিক ঘটনা সংঘটিত কৰিলে তাক ধুবুৰী পূৱ জিলা আক্ৰাছুবে কেতিয়াও সহজ ভাৱে গ্ৰহণ নকৰে। প্ৰতিটো লাঠিৰ কবৰ আইনগত ভাবে হিচাব লোৱা হব। কাৰণ আইন সকলোৰে ভাবে সমান।আমি গণতান্ত্ৰিক ভাবে আন্দোলন কৰিছোঁ। প্ৰতিগৰাকী ভাৰতীয়ৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ অধিকাৰ আছে। আজি বিভিন্ন দল সংগঠনে কিয় ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰিব লগা হল তাৰ উত্তৰ জানো আৰক্ষী বিষয়া গৰাকীৰ ওচৰত নাইনে? ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰাৰ নামত বিষয়া গৰাকীক লাঠিচালনা কৰাৰ অনুমতি কোনে প্ৰদান কৰিলে? ক্ষমতাৰ অপব্যৱহাৰ কৰা মহকুমা আৰক্ষী বিষয়া গৰাকীৰ দৃষ্টান্ত মুলক শাস্তিৰ দাবী জনাইছো।

ধুবুৰী পূৱ জিলা আক্ৰাছুৰ ফালৰ পৰা সকলোৰে সহায় সহযোগ কামনা কৰিলোঁ।
07/12/2021

ধুবুৰী পূৱ জিলা আক্ৰাছুৰ ফালৰ পৰা সকলোৰে সহায় সহযোগ কামনা কৰিলোঁ।

01/12/2021
আজি ধুবুৰী পূব জিলা আক্ৰাছুৰ উদ্যোগত আৰু চাপৰ আঞ্চলিক আক্ৰাছুৰ সহযোগত , চাপৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত , চাপৰ নগৰত সু...
30/11/2021

আজি ধুবুৰী পূব জিলা আক্ৰাছুৰ উদ্যোগত আৰু চাপৰ আঞ্চলিক আক্ৰাছুৰ সহযোগত , চাপৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত , চাপৰ নগৰত সুৰাৰ বিপনী বাতিলৰ দাবীত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন পৰা হয় । উক্ত কাৰ্যসূচীত আক্ৰাছু প্ৰক্তন সভাপতি তথা KACৰ E.M মাননীয় কৰ্মেশ্বৰ ৰায় ডাঙৰীয়া আৰু চাপৰ আঞ্চলিক দেশী জনগোষ্ঠীয় মঞ্চ , গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ , চাপৰ আঞ্চলিক লেখিকা সমাৰোহ সমিতিৰ বিষয়ববীয়া প্ৰমূখ্যে স্থানীয় বুদ্ধিজীৱি, সমাজসেৱক আদিকে ধৰি বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

   আজি যোৰহাটৰ ৰাজপথত গণপ্ৰহাৰত মৃত্যু হোৱা সদৌ গোলাঘাট জিলা সন্থাৰ অন্তৰ্গত ব্ৰক্ষ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা স...
29/11/2021


আজি যোৰহাটৰ ৰাজপথত গণপ্ৰহাৰত মৃত্যু হোৱা সদৌ গোলাঘাট জিলা সন্থাৰ অন্তৰ্গত ব্ৰক্ষ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ মৃত্যুত # ধুবুৰী পুব জিলা আক্ৰাছু ফালৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি, শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ ৷ সেই ঘটনাটোত আঘাতপ্ৰাপ্ত আন এগৰাকী ছাত্রকৰ্মী প্ৰণয় দত্ত আৰু ‘প্ৰতিদিনTime’ৰ সংবাদকৰ্মী মৃদুষ্মন্ত বৰুৱাৰ আৰোগ্য কামনা কৰিছোঁ ।
এই হত্যাকাণ্ডৰ সৈতে জড়িত প্ৰতিজন অপৰাধীক যোৰহাট আৰক্ষীয়ে অতিসোনকালে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিলোঁ ৷

Address

Chapar
783371

Website

Alerts

Be the first to know and let us send you an email when Dhubri East AKRSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category