NSS B.H.B College Sarupeta

NSS B.H.B College Sarupeta Barpeta

আজি আমাৰ B H B college ত NSS celebration Day ৰ কিছু মূহুৰ্ত
24/09/2022

আজি আমাৰ B H B college ত NSS celebration Day ৰ কিছু মূহুৰ্ত

আজি আমাৰ B H B College ত NSS day celebration কৰাৰ কিছু মূহুৰ্ত
24/09/2022

আজি আমাৰ B H B College ত NSS day celebration কৰাৰ কিছু মূহুৰ্ত

আজি ছাত্ৰ একতা সভা, এন চি চি, এন এছ এছৰ দ্বাৰা বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় আৰু লগতে সমল‌য় শিশু বিকাশ কেন্দ্ৰৰ শিশুসকল...
05/06/2022

আজি ছাত্ৰ একতা সভা, এন চি চি, এন এছ এছৰ দ্বাৰা বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় আৰু লগতে সমল‌য় শিশু বিকাশ কেন্দ্ৰৰ শিশুসকলৰ যোগদান কৰে । উক্ত অনুষ্ঠান মুকলি কৰে অধ্যক্ষ মোফাজ্জল হুছেইনদেৱে। আঁত ধৰে সহকাৰী অধ্যাপক নৱমণি শ ইকীয়াই । অধ্যাপক , কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰে । পৰিবেশ সজাগতা, সেউজ গৃহ প্ৰভাৱ, কাৰ্বন ডাই অক্সাইড, জলবায়ু পৰিৱৰ্তনৰ ওপৰত উপেন্দ্ৰনাথ বৰ্মণদেৱ আৰু মানস জ্যোতি দাসে বক্তৃতা প্ৰদান কৰে ।

সমূহ ৰাইজৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰা হ'ল 🙏🙏🙏
08/04/2022

সমূহ ৰাইজৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰা হ'ল 🙏🙏🙏

আজি দিনৰ  ১১ বজাত কেন্দ্ৰীয় গ্ৰন্থাগাৰ বি. এইচ. বি. মহাবিদ্যালয় আৰু সমলয় শিশু বিকাশ কেন্দ্ৰৰ সহযোগত 'International Ch...
02/04/2022

আজি দিনৰ ১১ বজাত কেন্দ্ৰীয় গ্ৰন্থাগাৰ বি. এইচ. বি. মহাবিদ্যালয় আৰু সমলয় শিশু বিকাশ কেন্দ্ৰৰ সহযোগত 'International Childern's Book Day' ৰ লগত সংগতি ৰাখি চিত্ৰাংকন আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। লগতে ১২ বজাত এখন সভা আয়োজন কৰি প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহো প্ৰদান কৰা হয়।

NSS special Camp
30/03/2022

NSS special Camp

Address

Barpeta

Website

Alerts

Be the first to know and let us send you an email when NSS B.H.B College Sarupeta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category