Finedu - সহজ সৰল ভাষাত Stock Market ৰ মূল কথা

  • Home
  • India
  • Sibsagar
  • Finedu - সহজ সৰল ভাষাত Stock Market ৰ মূল কথা

Finedu - সহজ সৰল ভাষাত  Stock Market ৰ মূল কথা This page is created for provide Free Financial awareness where you can access your financial dreams by following some simple rules. Open an account now.

Opening an account in UPSTOX is FREE, fast and paperless! Sign up now with my link to open your account: https://link.upstox.com/asrM

Invest and trade with Kite by Zerodha, India’s largest retail stockbroker. https://zerodha.com/open-account?c=TB7167

Target easily hit...you only need discipline patience & risk management..It's enough to make money.
03/02/2023

Target easily hit...you only need discipline patience & risk management..It's enough to make money.

Selling Opportunity in ITCRRR 1: 2.5
03/02/2023

Selling Opportunity in ITC
RRR 1: 2.5

Patience Discipline Emotionless Trade এইবোৰ হৈছে  Successful Trader ৰ মূল বৈশিষ্ট্য । তলত আজিৰ TCS ৰ Opportunity highlig...
19/05/2022

Patience Discipline Emotionless Trade এইবোৰ হৈছে Successful Trader ৰ মূল বৈশিষ্ট্য । তলত আজিৰ TCS ৰ Opportunity highlight কৰা হৈছে ।

আজি ICICI Bank ৰ Price Action based triangular pattern long opportunity... During Market time opportunities catch কৰিবৰ ...
17/05/2022

আজি ICICI Bank ৰ Price Action based triangular pattern long opportunity...
During Market time opportunities catch কৰিবৰ বাবে আমাৰ about section ত থকা link ত গৈ Demat Account create কৰিব পাৰে ।

আগৰ Support যদি Resistance হিচাপে কাম কৰে আৰু Strong volume ৰ সৈতে আমি Negative candle দেখো আমি তেতিয়া এটা Clear Trend ...
16/05/2022

আগৰ Support যদি Resistance হিচাপে কাম কৰে আৰু Strong volume ৰ সৈতে আমি Negative candle দেখো আমি তেতিয়া এটা Clear Trend আশা কৰিব পাৰো নি ? তলত আজি Reliance ৰ chart খনৰ পৰা এই কথা অনুমান কৰিব পাৰো ।

Market ত Random strategy follow কৰাৰ পৰিবৰ্তে এটা বা দুটা strategy follow কৰিব লাগে। ইয়াৰ ফলত আমাৰ accuracy level টো আৰ...
14/05/2022

Market ত Random strategy follow কৰাৰ পৰিবৰ্তে এটা বা দুটা strategy follow কৰিব লাগে। ইয়াৰ ফলত আমাৰ accuracy level টো আৰু অধিক বাহি যায়। তলৰ screenshot টো Bajaj Finserv ৰ যিটোৱে একেটা strategy অনুসৰি 3 দিন ধৰি successful Trade লোৱাৰ Opportunity দিলে। Try this simple price action setup.

Price যেতিয়া move  কৰে ই  প্ৰায় Breakout বা Breakdown কৰাৰ পাছত again যেতিয়া again আগৰ price টোক retest কৰে তেতিয়া যি...
14/05/2022

Price যেতিয়া move কৰে ই প্ৰায় Breakout বা Breakdown কৰাৰ পাছত again যেতিয়া again আগৰ price টোক retest কৰে তেতিয়া যিসকল trader য়ে আগৰ opportunity টো missed কৰিছিল তেতিয়া Entry লয় যাৰ ফলত আমি price টোৰ sharp movement দেখিবলে পাওঁ ।

সহজেই দেখা পোৱা Strong Identification Triangular pattern l কালি  Bajaj Finance  ত  form হৈছিল যাক follow কৰি আমি এটা Tra...
14/05/2022

সহজেই দেখা পোৱা Strong Identification Triangular pattern l কালি Bajaj Finance ত form হৈছিল যাক follow কৰি আমি এটা Trade execute কৰিব পাৰো। Minimum Target আমি 1:2 ৰাখিব পাৰো।

Price কেতিয়াও straight line ত movement নকৰে। ই সদায়  higher high বা lower low Formation কৰি গতি কৰে আৰু resistance আৰু ...
14/05/2022

Price কেতিয়াও straight line ত movement নকৰে। ই সদায় higher high বা lower low Formation কৰি গতি কৰে আৰু resistance আৰু support ত বাধা পাই সেই line টো Break কৰি ই পোনৰ আগৰ priceটোক retest কৰিবলৈ আহে l এইতো Market ৰ এটা প্ৰধান ধৰ্ম।

Top 15 candlestick pattern যিবোৰ আমি মনত ৰখা খুবেই প্ৰয়োজনীয় ।
12/05/2022

Top 15 candlestick pattern যিবোৰ আমি মনত ৰখা খুবেই প্ৰয়োজনীয় ।

Address

Sibsagar

Alerts

Be the first to know and let us send you an email when Finedu - সহজ সৰল ভাষাত Stock Market ৰ মূল কথা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Finedu - সহজ সৰল ভাষাত Stock Market ৰ মূল কথা:

Share