K.R. Studio & Digital Seva Kendra

K.R. Studio & Digital Seva Kendra only Important Call.

22/12/2024

অহাকালি বৰতলা জয়সাগৰ গাওঁ পঞ্চায়তৰ কাৰ্য্যালয় ত মাননীয় প্ৰধান মন্ত্ৰী ডাঙৰীয়া ৰ *পি এম বিশ্বকৰ্মা* আঁচনি ৰ পঞ্চায়ত সত্যাপন (Verification) কৰা হ'ব।
সেয়েহে এই আচঁনিৰ আবেদন কৰা প্ৰতিজন আবেদনকাৰী ক গাঁৱ পঞ্চায়তত ৰাতিপুৱা ১০.০০ বজাত উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ।
লগত আধাৰ , ৰেচন কাৰ্ড, বেংকৰ বহী আৰু আধাৰ লিংক ম'বাইল আনিব ।।।
ধন্যবাদ।।।

স্বনিৰ্ভৰশীল নাৰী আচঁনি খন আৰম্ভ কৰা হৈছে অসমৰ গাওঁ অঞ্চলৰ শিপিনী সকলক সমৰ্থন কৰা বাবে।এই আচঁনি খনৰ জৰিয়তে শিপিনী সকলে ...
29/07/2022

স্বনিৰ্ভৰশীল নাৰী আচঁনি খন আৰম্ভ কৰা হৈছে অসমৰ গাওঁ অঞ্চলৰ শিপিনী সকলক সমৰ্থন কৰা বাবে।এই আচঁনি খনৰ জৰিয়তে শিপিনী সকলে নিজৰ ব্যৱসায় চলোৱাৰ লগতে নিজৰ পৰিয়ালটোক আৰ্থিক ভাবে স্বাৱলম্বী কৰি তুলিব পাৰিব। এই আচঁনি খনৰ portel ৰ‌ যোগেদি শিপিনী সকলে বছৰত ১০০ খন‌কৈ কাপোৰ বিক্ৰী কৰিব পাৰিব।

K.R.STUDIO & CSC

06/06/2022

GST km ( eg BIL, TAX PAY, ALL TEX RETURN ETC. ) km Valke jona Ajn employee lgsil....salary 18,000. ...Location = Guwahati.

20/03/2022
17/03/2022

Any Insurance, Lic Premium, Electricity Bill Pay, Ayushman Card, E-sharm Card, Aadhaar Card Download , Pan Card, Voter Card, Any Online Service, DTP & Xerox, Lemination And Other Service Is Done At K.R. Studio & Digital Seva Kendra...

04/03/2022

কাৰোবাৰ *INSURANCE ( যিকোনো গাড়ী,স্বাস্থ্য, দোকান ) ৰ প্ৰয়োজন হলে K.R.STUDIO & DIGITAL SEVA KENDRA ত যোগাযোগ কৰিব পাৰিব।।।INSURANCE কপি লগে লগে পাব ।।।

লগতে LIC ৰ প্ৰিমিয়াম ও জমা দিব পাৰিব।।

12/11/2021

পি.এম কিষান আৰু শ্ৰমিক কাৰ্ডৰ অনলাইন আবেদন চলি আছে ।।।

06/10/2021

DRIVING LICENSE IS DONE AT K.R.STUDIO

BARTALA HIGH SCHOOL CHOWK
70020 43522

20/09/2021

H.S 1st Year Admission is Reopen From Today...

Address

Nalbari
781138

Opening Hours

Monday 9am - 9pm
Tuesday 9am - 9pm
Wednesday 9am - 9pm
Thursday 9am - 9pm
Friday 9am - 9pm
Saturday 9pm - 9am
Sunday 9am - 6pm

Telephone

+917002043522

Website

Alerts

Be the first to know and let us send you an email when K.R. Studio & Digital Seva Kendra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to K.R. Studio & Digital Seva Kendra:

Share