Bizfin

Bizfin BizFin - য'ত পইচাক মূল্য, সন্মান আৰু সদ্ ব্যবহাৰ কৰিবলৈ শিকোৱা হয়.... একেবাৰে সহজ ভাষাত।

....... অপেক্ষাত......
12/10/2025

....... অপেক্ষাত......


22/09/2025

নমস্কাৰ অসমবাসী,🙏
কেইটামান কথা নিলিখি নোৱাৰিলোঁ।
আমি যেতিয়া কিবা এখন ফটো তোলো, লগে লগেই আমি facebook , Insta, whatsapp ত share কৰিবলৈ মন যায়। নিশ্চয় Singapore ত থকা অসমীয়া ৰাইজে যিখিনি য়ে জুবিন দাক লগ পাইছে নিশ্চয় জুবিন দাৰ লগত এখন ফটো নিশ্চয় তুলিছে। যিকেইজন সাগৰলৈ গৈছিল, শেখৰ গোস্বামী ৰ video টোত শুনামতে Singapore Assam Association ৰ কোনোবা কোনোবা ও গৈছিল। সেইকেজনেও নিশ্চয় সেই পৰিৱেশ টোৰ ফটো ধৰি ৰাখি থৈছে নিজৰ নিজৰ কেমেৰাত। নিশ্চয় সেইখিনি নিজৰ বন্ধু বান্ধৱী ৰ লগত share কৰিছে। কিন্ত্ত সেইখিনি ক'ত। যদি কাৰোবাৰ ওচৰত তেনেকুৱা কোনো উৎস পাইছে তেতিয়া হলে হাত যোৰ কৰি অনুৰোধ জনাইছোঁ যাতে সেইখিনি প্ৰকাশ কৰক। কাৰণ সেইখিনিয়েই আচল অৰ্থত আপোনালোকৰ শ্ৰদ্ধাঞ্জলি হব। সেইখিনি বৰ প্ৰয়োজন হৈছে আমাৰ জুবিন দাৰ। এইখিনি বৰ প্ৰয়োজন হৈছে এই দিনে ৰাতিয়ে তিনিদিন নোখোৱা নোবোৱাকৈ থকা অসম বাসীৰ। আজি যদি আমাৰ মাজৰ কোনোবা এজনৰ এনেকুৱা হোৱা হলে জুবিন দাই কিন্ত যুঁজিবলৈ এৰি নিদিলেহেঁতেন । এজন প্ৰকৃত অৰ্থত বীৰ ক সন্মুখৰ ৰ পৰা মাৰিবলৈ সাহস নকৰে কোনো শত্ৰুৱে। তাৰ কাৰণে হয় চালাকিৰে, নহৈ পাছফালৰ পৰা আক্ৰমণ কৰে। মহাভাৰত আদি কাহানি বোৰত থকা কৰ্ণ, অশ্বত্থামা, অভিমন্যুৰ মৃতুলৈ মনত পেলাওক । সঁচা অৰ্থত যদি আমি জুবিন দাক ভাল পাওঁ, সঁচা অৰ্থত যদি আমি অসমৰ সন্তান, তেতিয়াহলে সঁচাক সঁচা বুলি কবলৈ আৰু মিচাক মিচা বুলি কবলৈ সাহস কৰক। নহলে যদি জুবিন দাই ন্যা়য় নাপাই, তেতিয়াহলে এই তিনিদিন তিনি ৰাতি কান্দি কান্দি নাখাই নবৈ ৩০ কিলোমিটাৰ খোজ কাঢ়ি Wolrld record কৰিবলৈ যোৱাৰ দৰে লাগিব।
আৰু লগতে আৰু এটা কথা লিখিবলৈ মন গ'ল। আমাৰ নিচিনা সাধাৰণ ৰাইজে সদায় আমাৰ অসমৰ শিল্পী সকলক প্ৰতিটো কথাতে অনুকৰণ কৰা দেখা যায়। বিশেষকৈ যুব প্ৰজন্ম খিনিয়ে । মই ভাবো আমাৰ শিল্পী সকলেও যদি অলপ ওলাই আহি জুবিন দাৰ কাৰণে হাতত ফুল লৈ পুষ্পান্জলী দিয়াতেই নিজৰ দায়িত্ব খিনি সমাপ্ত নকৰি লগতে ন্যা়ায় দিবলৈ যদি আমাৰ প্ৰতিজন অসমীয়াৰ কাষত থিয় দিয়েহি, বা প্ৰতি জন শিল্পী জুবিন দাৰ আদৰ্শ লৈ আগ বাঢ়ি আহে, তাতকৈ আৰু ভাল কথা কি হ'ব পাৰে। এইটো সময়ত হতাশাত ভূগি থকা, দিশ বিচাৰি নোপোৱা, উত্তৰ বিচাৰি নোপোৱা প্ৰত্যেক জন অসমীয়াৰ বাবে একো একোজন পথ পদৰ্শক হওক আপোনলোক । ভয় কিহৰ। মনত ৰাখিব, যিদৰে প্ৰজা থাকিলে হে ৰজা থাকে সেইদৰে শ্ৰোতা বা দৰ্শক থাকিলে হে কিন্ত্ত শিল্পী থাকে, যিটো কথা জুবিন দাই প্ৰমাণ কৰি থৈ গৈছে।
অনবৰতে facebook, instagram ত দপদপাই থকা, কাপোৰ পৰিধানৰ কোনো সালীনতা নথকা সেইসকল লোক আজি ক'ত। আপোনালোকে ঘৰত কিমান দুখত আছে, কিমান নোখোৱা নোবোৱাকে আছে, কিমান চকুপানী বোৱাই দিছে আমি কোনেও চাবলৈ যোৱা নাই। যদি কিবা কৰিব খুজিছে জুবিন দাৰ কাৰনে ওলাই আহক আমাৰ ৰাইজৰ ওচৰলৈ, প্ৰতিনিধিত্ব কৰক। অৰ্ধ নগ্ন হৈ instgram social media ত বিভিন্ন ভংগিমা দিবলৈ আপোনালোকৰ যি সাহস,সেই সাহসৰ লগতে সঁচা ক সঁচা বুলি কোৱা আৰু মিচাক মিচা বুলি কবলৈ ও সাহস ৰাখক।
আৰু বিশেষ একো নকওঁ। গোটেই অসমীয়া জ্বলি আছে, লাগিলে সেইয়া অসমৰ মাটিতেই থাকক বা নাথাকক । অসমীয়া আজি জ্বলি আছে । এইবাৰ পাহৰি নাযাব কিন্তু আপোনালোকে। আমি বোৰে সদাই ঘপককে উত্তেজিত হৈ যাওঁ আৰু কোনোবাই যদি আমাক ভালকে মাত এসাৰ দি বুজাই থৈ যায় আমি পাহৰিও যাওঁ । লাগিলে সেইয়া আমাৰ সত্ৰুয়েই কিয় নহওঁক। আমি ক্ষমা কৰি দিও। কিন্ত্ত এইবাৰ নহয় ।

মোৰ page ৰ সকলোকে জনাও যে মোৰ page ৰ নাম আৰু মোৰ profile picture use কৰি কোনোবাই multiple accounts khulise আৰু সকলোকে fr...
13/03/2025

মোৰ page ৰ সকলোকে জনাও যে মোৰ page ৰ নাম আৰু মোৰ profile picture use কৰি কোনোবাই multiple accounts khulise আৰু সকলোকে friend request পঠিয়াই আছে , য'ত মোৰ finance r videos বিলাক share কৰি আছে। আপোনালোকক মই এটা বিনম্ৰভাৱে অনুৰোধ কৰিছো যে এনেকুৱা ধৰনৰ request আহিলে যাতে accept নকৰে। আৰু আহিলেও যাতে লগে লগে report মাৰি দিয়ে । আপোনালোকে আপোনালৈ অহা লিংক টো মোলৈ পঠিয়াই এইটো মোৰ account হয় নে নহয় confirm কৰি লব। আৰু লগতে জানিব পৰা মতে কিছুমান whatsapp group খুলি তাত investment ৰ advice diya হৈছে । গতিকে আপোনালোক নিজেই সজাগ হব লাগিব যাতে ঠগ নাখায়। মোৰ উদ্দেশ্য আপোনালোকক ঠগি পইছা ঘটাৰ মানসিকতা নহয়। হোৱা হলে ইমান দিনে কৰিলো হেঁতেন। আপোনাকৰ সজাগতাৰ বাবে এই post টো দিলো। আপোনালোকৰ পৰাও সহায় সহযোগ আশা কৰিলোঁ ।🙏🏻

Biswajyoti Bordoloi
Owner of Bizfin

ANNOUNCEMENT!!Hello Everyone... A fake account has been made pretending as my channel Bizfin please report immediately i...
03/03/2025

ANNOUNCEMENT!!
Hello Everyone... A fake account has been made pretending as my channel Bizfin please report immediately if you get a friend request... Or a message asking for money to invest in anything... Thank You 🙏

07/09/2024

আচলতে scam টো কি নো আৰু কিয় হবলৈ পালে। TRADING, STOCK MARKET , TRAINING VS অসমৰ নৱ প্ৰজন্ম

04/09/2024

Video বনাবলৈকে ভয় লগা গৈছে 😔

01/01/2024
20/10/2023

Candlestick part 2. Inverted hammer and Shooting Star

23/09/2023

Candlestick part - 1
Trading কৰোতে candlestickৰ pattern আৰু position এনেদৰে চাই লয়নে ?

12/09/2023

Tradingক জীৱিকা হিচাবে লোৱা আপোনাৰ সিদ্ধান্ত টো কিমান শুদ্ধ ? Trading কৰি এখন ঘৰ চলাবলৈ হলে আমি কি কি কথা মনত ৰাখিব লাগিব।

03/09/2023

জীৱনত সংগ্ৰাম কৰি থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এই ভিদিঅ' টো ।

Address

Golaghat

Website

Alerts

Be the first to know and let us send you an email when Bizfin posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category