16/06/2025
বিয়াৰ প্ৰথম বছৰত ঘৈনিয়েকে শুনে গিৰিয়েকে যি কয়,
দ্বিতীয় বছৰত গিৰিয়েকে শুনে ঘৈনিয়েকে যি কয় আৰু অলপ পুৰণা হলে গিৰিয়েক ঘৈনীয়েকে দুয়োজনে কয় ওচৰ চুবুৰীয়াই শুনে।🤓😜😜
সহজ সৰল ভাৱে থাকি ভাল পাওঁ কিন্তু সহজ সৰল নহয়।
Diphu
782490
Be the first to know and let us send you an email when Ludumoni Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.