01/05/2026
আজি মে' দিৱস অথবা "আন্তৰ্জাতিক শ্ৰমিক দিৱস" ৰ বিশেষ দিনটোত ত্যাগ আৰু পৰিশ্ৰমেৰে কৰ্ম কৰি যোৱা প্ৰতিগৰাকী শ্ৰমিক বন্ধুলৈ মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।
ৰাজ্যৰ প্ৰগতি সমৃদ্ধশালী কৰি তোলাৰ লগতে দেশৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত প্ৰতিগৰাকী শ্ৰমিকৰ কৰ্মনিষ্ঠা তথা দৃঢ় কৰ্মপৰায়ণতা জড়িত হৈ আছে।
এই শুভক্ষণত আমাৰ চাহ শ্ৰমিক বন্ধুসকললৈও হিয়াভৰা শুভকামনা জ্ঞাপন কৰিছোঁ।
শ্ৰমিক জিন্দাবাদ…..