18/08/2025
মোৰ লগত ফটোত দেখা পোৱা লোকজন সাজন আলী | গাওঁ হাপাচৰা | যোৱা দুদিন পূর্বে PM Kisan ৰ দুর্নীতি সম্পর্কে এখেতৰ ফটো সংলগ্ন কৰি এটা পোষ্ট কৰিছিলোঁ| মই তথ্য সংগ্ৰহ কৰা উৎসৰ ভুলৰ বাবে বেলেগৰ ঠাইত এখেতৰ ফটো সংলগ্ন হৈছিল৷ যাৰ বাবে এখেতে সামাজিক ভাৱে লজ্জিত হব লগা হৈছিল৷ আজি বৰভিটা বজাৰৰ সতীৰ্থ চুলতান ভাইৰ দোকানত এখেতৰ লগত লগ হোৱাত কথা পাতি মোৰ উৎসৰ ভূলৰ বিষয়ে অৱগত হও আৰু নিজেও অনুতপ্ত হও | এই পোষ্টৰ জৰিয়তে মোৰ পূৰ্বৰ পোষ্টৰ বক্তব্য সামাজিক ভাৱে উঠাই লোৱাৰ লগতে সাজন ভাইৰ লগত উঠা এই ফটোখনেৰে তেখেতৰ লাঘৱ হোৱা সন্মান সানান্যতম হলেও ঘূৰাই অনাৰ প্ৰয়াস কৰিছোঁ৷ ক্ষমাপ্ৰাৰ্থনাৰে
আজগৰ আলী আহমেদ